Cash For Result, LIVE | ধনৰ বিনিময়ত HSLCৰ ফলাফল বিক্ৰী | Assam Latest News | News18 Assam Northeast
19 July, 2021: আজিৰ বিশেষ খবৰসমূহ- HSLC Result Scam: ভাল ফলাফলৰ বিনিময়ত ধনৰ লেনদেনৰ চাঞ্চল্যকৰ তথ্য আহিছে পোহৰলৈ । Milk Price Hike : অন্যান্য সামগ্ৰীৰ লগতে মহানগৰীত গাখীৰৰ দাম বৃদ্ধি । প্ৰতি লিটাৰ গাখীৰৰ দাম তিনি টকাকৈ বৃদ্ধি । COVID Vaccine : বাৰ বছৰৰ উৰ্ধৰসকলেও এতিয়াৰ পৰা ল’ব পাৰিব ভেকচিন ।ইতিমধ্যেই সম্পূৰ্ণ হৈ গৈছে পৰীক্ষণ … Read more